October 26, 2026 11:21 AM

views 4

আজি নতুন দিল্লীত দ্বাদশ ব্রীকছ সংসদীয় সন্মিলন

দ্বাদশ ব্রীকছ সংসদীয় সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হ'ব। এই দুদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু হৈছে— জনসাধাৰণ কেন্দ্ৰিক উন্নয়নৰ বাবে সংসদৰ সৱলীকৰণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব আৰু সন্মিলনত ভাগ লোৱা প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। লোকসভাৰ অধ্যক্ষ তথা দ্বাদশ ব্ৰীকছ সংসদীয় সন্মিলনৰ অধ্যক্ষ ওম বিৰলাই সন্মিলনৰ কাৰ্যসূচীৰ গুৰি ধৰিব আৰু অভ্যাগত প্ৰতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। এই সন্মিলনলৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ ১১ খন সদস্য ৰাষ্ট্ৰ আৰু ১০ খন সহযোগী ৰাষ্ট্ৰক আম...