July 18, 2026 7:07 PM
4
বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টি-টু টার্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগোৰ সকলো বিমানৰ পৰিচালনাৰ কাম আৰম্ভ
বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টি-টু টার্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগোৰ সকলো বিমানৰ পৰিচালনাৰ কাম কৰা হ'ব। বিমান বন্দৰ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰি কয়, যে এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণৰ অভিজ্ঞতা দিব। এই নতুন টার্মিনেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ কাৰ্য ক্ষমতাও বৃদ্ধি হ'ব। ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে এই নতুন টার্মিনেলটোৰ নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰা হৈছে। নতুন টার্মিনেলটোৰ আন্তঃগাঁথনি সম্পূৰ্ণ আধুনিক আৰু পৰিৱেশ অনু...