July 9, 2026 9:02 PM
3
নতুন দিল্লীত সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰিছে। এই সন্মিলনখনত জম্মু-কাশ্মীৰ, পঞ্জাব, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূবৰ ৰাজ্যকে ধৰি সীমান্তৱৰ্তী ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ আৰক্ষী অধীক্ষকসকলে অংশগ্রহণ কৰিছে। গৃহমন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিছে। দেশৰ সীমা সুৰক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ লক্ষ্যৰে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ পূব অংশত আন...