August 12, 2025 12:52 PM

views 19

জৈৱ ইন্ধন আৰু সেউজ হাইড্ৰ’জেনৰ বৰ্ধিত উৎপাদন আৰু ব্যৱহাৰৰ জৰিয়তে ভাৰত শক্তি ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ’ব পাৰেঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

জৈৱ ইন্ধন আৰু সেউজ হাইড্ৰজেনৰ বৰ্ধিত উৎপাদন আৰু ব্যৱহাৰৰ জৰিয়তে ভাৰত শক্তি ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ'ব পাৰে। পুনেত কালি অনুষ্ঠিত 'বিশ্ব জৈৱ ইন্ধন দিৱস'ত 'জৈৱবৈচিত্র' বা বায়'ভাৰ্চ' মুকলি কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে কয়। শ্ৰী গাডকাৰীৰ মতে, জৈৱ ইন্ধন আন্দোলনে আমদানি হ্রাস কৰাৰ লগতে গ্রাম্য অর্থনীতি টনকিয়াল কৰিব। তেওঁ লগতে কয় যে কেৱল চেনি উৎপাদনৰ উদ্যোগৰ ওপৰত দীৰ্ঘদিন নিৰ্ভৰ কৰিব নোৱাৰি। কিন্তু চেনি উদ্যোগে ইথানল, জৈৱইন্ধন,আৰু সেউজ হাইড্ৰজেনৰ সন্দৰ্ভত গু...