September 23, 2024 8:17 PM

views 63

শিৱসাগৰত বিজেপিৰ সদস্যতা অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ পর্যালোচনা সভা

বিজেপিৰ সদস্যতা অভিযানৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ পুৰণি পুখুৰীত এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী পীযূষ হাজৰিকাকে ধৰি ভালে কেইগৰাকী নেতাই বৈঠকত অংশগ্ৰহণ কৰে। সভাত যোৰহাট লোকসভা সমষ্টিত নতুন সদস্য ভর্তি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। শিৱসাগৰ মণ্ডলৰ সভাপতিসকলৰ সৈতে দলৰ শীৰ্ষ নেতৃত্বই মত বিনিময় কৰাৰ লগতে সদস্য ভৰ্তি অভিযান তীব্ৰতৰ কৰাৰ বাবে ৰণকৌশল প্রস্তুত কৰে। উল্লেখযোগ্...