October 24, 2026 6:44 PM
7
বিশ্বনাথৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বিশ্বনাথৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত মন্ত্ৰী শ্ৰী সিংহলে কয় যে অহা বৰ্ষৰ এপ্ৰিল মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ শুভাৰম্ভ কৰিব। বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়খন ৰাজ্যৰ ১৬ নম্বৰ চিকিৎসা মহাবিদ্যালয় হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লৱ লোচন দাস, জিলা আয়ুক্ত কৰবী শইকীয়া কৰণৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী...