September 8, 2026 12:44 PM

views 33

ড° ভূপেন হাজৰিকাৰ আজি ওপজা দিন উপলক্ষে ৰাজ্যজুৰি শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ওপজা দিন। ১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্র নির্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সু-পৰিচিত আছিল। ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত-মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰৱহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্...