January 15, 2025 10:34 AM

views 78

ভাষাৰ অনুবাদ মঞ্চ ভাসিনীৰ জৰিয়তে মহাকুম্ভত ১১টা ভাষাত অনুবাদৰ ব্যৱস্থা

প্ৰয়াগৰাজত মহাকুম্ভ মেলা অব্যাহত আছে। কালি মকৰ সংক্ৰান্তিৰ অমৃতস্নান উপলক্ষে তিনি কোটি পঞ্চাশ লাখৰো অধিক ভক্ত আৰু তীর্থযাত্ৰীয়ে ত্রিবেণী সংগমত পবিত্র স্নান কৰে। আমাৰ সংবাদদাতাই জনাইছে যে বহুভাষিক সুলভতাৰ বাবে ভাসিনী মঞ্চৰ জৰিয়তে বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে মহা কুম্ভত প্রযুক্তিগত সহায় আগবঢ়াইছে। ভাষাৰ অনুবাদ মঞ্চ ভাসিনীয়ে মহাকুম্ভত ১১টা ভাষাত অনুবাদৰ ব্যৱস্থা কৰিছে। ইয়াৰ ভাষা অনুবাদ পৰিৱেশ ব্যৱস্থাই ডিজিটেল হেৰুওৱা আৰু পোৱা সমাধানৰ জৰিয়তে বিশ্বৰ সর্ববৃহৎ আধ্যাত্মিক সমাগমত অং...