June 13, 2026 5:50 PM

views 23

‘বেটী বচাও, বেটী পঢ়াও’ অভিযান ৰাষ্ট্ৰজোৰা বিপ্লৱৰূপে পৰিগণিত

‘বেটী বচাও, বেটী পঢ়াও' অভিযান ছোৱালী সৱলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱৰূপে পৰিগণিত হৈছে। ক্রমান্বয়ে হ্ৰাস পোৱা শিশু লিংগ অনুপাত আৰু লিংগ আধাৰিত বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে ছোৱালীৰ শিক্ষা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা সুদৃঢ় কৰি তোলা হৈছে । বিগত দশকত গুৰুত্বপূৰ্ণ লিংগ সূচকৰ উন্নয়নৰ ক্ষেত্ৰত এই অভিযানে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে বিগত ১০ বছৰত জ...