September 15, 2026 12:29 PM

views 19

ৰাজ্যৰ ভ্ৰাম্যমাণ নাটকৰ জনক, ব্রজনাথ শৰ্মাৰ আজি ওপজা দিন

ৰাজ্যৰ ভ্ৰাম্যমাণ নাটকৰ জনক, প্রখ্যাত নাট্যকাৰ, অভিনেতা আৰু স্বাধীনতা সংগ্ৰামী ব্রজনাথ শৰ্মাৰ আজি ওপজা দিন। ১৮৯৪ চনৰ বৰপেটা জিলাৰ বজালীত জন্মলাভ কৰা শিল্পীগৰাকীয়ে ৰাজ্যৰ অভিনয় ক্ষেত্ৰলৈ অনন্য বৰঙণি আগবঢ়াইছিল। সেয়েহে তেওঁক অভিনয়াচার্য বা নাটচাৰ্য অভিধাৰে অভিহিত কৰা হৈছে। অসমৰ মঞ্চনাটত মহিলা অভিনেত্ৰীৰ প্ৰৱেশৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰি সহ-অভিনয়ৰ বাট মুকলি কৰিছিল। প্ৰথম বিশ্ব যুদ্ধত সৈনিক হিচাপে অংশগ্ৰহণ কৰা পিছত ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিল। এইগৰাকী প্রবাদপ্র...