November 2, 2024 12:14 PM

views 22

আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আজি বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ আজি আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আৰম্ভ হ'ব। ২২ নবেম্বৰত এই অনুশীলনৰ সামৰণি পৰিব। যোৱা বছৰ মেঘালয়ৰ উমৰৈত এই অনুশীলনৰ পূৰ্বৰ সংস্কৰণ অনুষ্ঠিত হৈছিল। এয়া ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজত চলিত বৰ্ষৰ দ্বিতীয় অনুশীলন হ'ব। ছেপ্তেম্বৰত ৰাজস্থানত যুদ্ধ অভ্যাস ২০২৪ নামৰ যুদ্ধ অনুশীলন আয়োজন কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কৈছে যে, যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰা দুয়োখন দেশৰ দলত ৪...