December 22, 2025 12:19 PM

views 41

বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ

বাংলাদেশত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ মাজতে কালিৰে পৰা চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত চট্টগ্রাম কেন্দ্ৰৰ পৰা সকলো ধৰণৰ ভিছাৰ সেৱা বন্ধ থাকিব আৰু সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে পুনৰ সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। উল্লেখযোগ্য যে, ভাৰতীয় ভিচা আবেদন কেন্দ্ৰই বাংলাদেশৰ ঢাকা, খোলনা, ৰাজছাহি, চট্...