June 8, 2026 11:57 AM

views 13

বাক্সা সাহিত্য সভাৰ বৰিমাখা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত

বাক্সা জিলা সাহিত্য সভাৰ বৰিমাখা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি অনুষ্ঠিত হয়। পি এম শ্ৰী আনন্দপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এই অধিৱেশনত আঞ্চলিক সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি ভালেসংখ্যক সদস্য তথা সাহিত্যপ্রেমী উপস্থিত থাকে। এই অধিৱেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ড° সমৰ তালুকদাৰে অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে আৰু সেই সংকট নিৰাময়ৰ বাবে সাহিত্য সভাই নিষ্ঠাৰে কাম কৰি আহিছে বুলি প্ৰকাশ কৰে। অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত এখন ...