October 30, 2025 12:28 PM

views 55

আজি চতুর্থ বাৰৰ বাবে বাক্সা জিলা প্রশাসনৰ জিলা দিৱস উদযাপন

 বাক্সা জিলা প্রশাসনে আজি চতুর্থ বাৰৰ বাবে জিলা দিৱস উদযাপন কৰিছে। ২০০৩ চনৰ আজিৰ দিনটোতে বি টি চি চুক্তি অনুসৰি নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি বাক্সা জিলা গঠন কৰা হৈছিল। জিলা দিবস উপলক্ষে আজি চাইকেল সমদলৰ উপৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। চিৰাং জিলা প্রশাসনেও আজি জিলা দিৱস উদযাপন কৰিছে। এই উপলক্ষে প্রভাত ফেৰীৰে কাৰ্যসূচী আৰম্ভকৰাৰ পাছত হাফ মাৰাথন অনুষ্ঠিত হয়। দিনৰ ১০ বজাত স্মৃতি তর্পণ আৰু ১১ বজাত মাদক দ্রব্য বিৰোধী সমদল উলিওৱা হ'য়। আবেলি জিলা দিৱসৰ মূল কাৰ্যসূচীত বি টিচিৰ মুখ্...