November 27, 2024 11:31 AM

views 44

ড’পিং টেষ্টৰ নমুনা অস্বীকাৰৰ বাবে বজৰং পুনিয়াক নিলম্বন

ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা এন এ ডি এই ৰাষ্ট্ৰীয় দল বাছনি অনুশীলনৰ সময়ত যোৱা ১০ মাৰ্চত ড'পিং টেষ্টৰ বাবে নমুনা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ পূৰ্বে সংস্থাটোৱে ২৩ এপ্ৰিলত বজৰং পুনিয়াক সাময়িকভাৱে নিলম্বন কৰিছিল। ইয়াৰ পাছত মল্লযুদ্ধৰ বিশ্ব পৰিচালন সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙেও খেলুৱৈগৰাকীক নিলম্বন কৰিছিল। বজৰং পুনিয়াই অস্থায়ী প্রতিবন্ধকতাৰ বিৰুদ্ধে আপীল জনোৱাত এন এ ডি এৰ অনুশাসনমূলক ড'পিং প্ৰতিৰোধী...