June 24, 2026 8:04 PM

views 10

শিক্ষানুষ্ঠানক ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ পত্ৰ প্ৰেৰণ সমগ্র শিক্ষা অসমৰ

সমগ্র শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্র প্ৰেৰণ কৰিছে। পত্ৰখনত ২০২৬-২৭ শৈক্ষিক বর্ষত বেগবিহীন দিন পালনৰ সময়ত কেনে ধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়তো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্র-ছাত্রীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্রেণীকোঠাৰ বাহিৰত হাতে-কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্র-ছাত্রীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, ...