December 7, 2024 12:25 PM

views 32

গুৱাহাটী মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অনমোল খৰবে

ভাৰতৰ উদীয়মান খেলুৱৈ অনমোল খৰবে তীব্ৰ চাপৰ মাজতো ধৈৰ্য প্ৰদৰ্শন কৰি কালি গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়নৰ থাইলেণ্ডৰ লালিনৰত চাইৱানক পৰাভূত কৰে। অনমোলে দ্বিতীয় গেমত ১১-১৬, ১৬-২০ ফলাফলৰ পৰা প্ৰত্যাৱৰ্তন কৰি দুটাকৈ মেচ পইণ্ট অৰ্জন কৰে যদিও পৰাভূত হয়। বিশ্বৰ ৯৯ সংখ্যক স্থানৰ ভাৰতীয় খেলুৱৈগৰাকী নির্ণায়ক গেমতো দুবাৰকৈ অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হয়। অৱশ্যে অনমোলে এই সুযোগক ২১-১৩, ২২-২৪, ২২-২০ ফলাফলেৰে জয়লৈ পৰিৱৰ্তন কৰে। অনমোল খৰব...