November 29, 2024 8:51 PM

views 36

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩, ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩ হাজাৰ ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ, ৭৩০টা সংহত জনস্বাস্থ্য পৰীক্ষাগাৰ আৰু ৬০২টা জটিল ৰোগ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। আজি লোকসভাত লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই কয়, যে এই অভিযানৰ প্ৰধান লক্ষ্য হৈছে দেশত শক্তিশালী স্বাস্থ্য সেৱা প্ৰদান কৰা আৰু জনস্বাস্থ্যৰ আন্তঃগাঁথনি উন্নত কৰা। মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ মূল লক্ষ্য হৈছে সকলো পৰ্যায়তে জনসাধাৰণ...

November 18, 2024 8:16 PM

views 47

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডৰ ১০ লাখতকৈ অধিক নাম পঞ্জীয়ন

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ ১০ লাখতকৈও অধিক জ্যেষ্ঠ নাগৰিকৰ নাম পঞ্জীয়ন কৰি উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। এই কাৰ্ডৰ জৰিয়তে আয়ুষ্মণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বয়োজ্যেষ্ঠ নাগৰিকসকলে বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কৈছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৯ অক্টোবৰত এই সুবিধা মুকলি কৰাৰ তিনি সপ্তাহৰ ভিতৰতে আঁচনিখনে এই মাইলৰ খুঁটি অৰ্জন কৰিছে। আয়ুষ্মান বয়োজ্যেষ্ঠ বন্...