November 10, 2025 12:52 PM

views 78

প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, উদ্যোগী ড° নৰেন্দ্ৰ নাথ দত্ত আৰু এল ডি ছ’য়ানক ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী বঁটা প্ৰদান

প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, উদ্যোগী ড° নৰেন্দ্ৰ নাথ দত্ত আৰু এল ডি ছ’য়ানলৈ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ব্যক্তিকেইজনক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দি আছাম ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱা উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি ৰাজ্...