March 12, 2025 1:22 PM

views 18

দেশে স্বাধীনতাৰ অমৃত কালত জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ দিশত অগ্ৰগতি লাভৰ বাবে ব্ৰতী হৈছেঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

দেশে স্বাধীনতাৰ অমৃত কালত জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ দিশত অগ্ৰগতি লাভৰ বাবে ব্ৰতী হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই মন্তব্য কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ত্রয়োবিংশতিতম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল উন্নত ভাৰত গঢ়াৰ এই প্ৰচেষ্টাৰ মূল হোতা আৰু এই ক্ষেত্ৰত অনুঘটকৰূপে কাম কৰাৰ বাবে তেওঁলোকে নিজকে জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ মাধ্যমেৰে সৱল কৰি তোলাৰ আৱশ্যকতা আছে। দেশৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে শিক্ষাৰ্থীসকলে নিজৰ সপোন বাস্তায়িত কৰাৰ বাবে নি...