July 19, 2026 11:43 AM

views 7

নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰত সর্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ

অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে কৰা নীতি আয়োগে প্রকাশ দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যম যোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ সহায়ত অসমে নীতি আয়োগৰ বিনিয়োগ বান্ধৱ সূচ্যাংকত অগ্রণী ৰাজ্য হিচাপে আত্মপ্রকাশ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কৰ্ম দক্ষতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন-শৃংখলাৰ অ...