July 24, 2026 8:39 PM

views 21

প্ৰলয়ংকৰী বানত ক্ষতিগ্রস্ত লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাৰ প্ৰতিখন জিলা সমিতিলৈ আহ্বান

সম্প্ৰতি প্ৰলয়ংকৰী বানৰ কবলত পৰা উজনি অসমৰ লাখ লাখ ক্ষতিগ্রস্ত লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাই সত্ৰ মহাসভাৰ প্ৰতিখন জিলা সমিতিক আহ্বান জনাইছে।  অসম সত্ৰ মহাসভাৰ সম্পাদক প্রধান কুসুম কুমাৰ মহন্ত আৰু সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিৰযোগে জিলা সমিতি সমূহৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।  সত্ৰ মহাসভাই লগতে বর্তমান এই ভয়াবহ পৰিস্থিতিত বানত আক্রান্ত লোক সকলৰ বাবে অতি প্রয়োজন হোৱা কা...