June 14, 2025 12:06 PM

views 22

অসম আৰক্ষীৰ ধুবুৰী, হাইলাকান্দি আৰু অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত সালসলনি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰী ভ্ৰমণৰ পাছতে ৰাজ্য চৰকাৰে ফিল্ড অপাৰেচন আৰু পৰিচালনাৰ সুবিধা তথা জনহিতার্থে অসম আৰক্ষীৰ ধুবুৰী, হাইলাকান্দি আৰু অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত কিছু সালসলনি কৰিছে। সেই অনুসৰি হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে অতি সোনকালে ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, ধুবুৰী চহৰৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা প্ৰশ...