January 21, 2025 7:18 PM

views 29

ৰাজ্যৰ ১৩খন জিলাত ২য় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ আজি দ্বিতীয় দিন, গুৱাহাটীৰ দুখন বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ দ্বিতীয় দিনা আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই আজি জিলাখনৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়োবজাৰ কস্তুৰবা বালিকা বিদ্যালয় আৰু চাৰাগাঁও মজলীয়া বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী...