September 2, 2024 7:48 PM

views 42

২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে আবেদনপত্র আহ্বান

ৰাজ্য চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্রমাণপত্র সহ আবেদনপত্র বিচৰা হৈছে। সাংস্কৃতিক সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি www.directorculture.assam.gov.in www.silpisammanassam.com ত আজিৰ পৰা উপলব্ধ হৈছে। আবেদনপত্রসমূহ ১৫ অক্টোবৰৰ ভিতৰত দাখিল কৰিবলৈ জাননীত উল্লেখ কৰা হৈছে। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইন যোগে দাখিলকৰা আবেদন গ্রহণ যোগ্য বুলি বিবেচনা কৰা নহ'ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃ...