December 3, 2025 8:43 PM

views 42

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্রতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমাজৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ কল্য...