July 5, 2026 8:03 PM

views 8

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই প্রকল্পসমূহৰ জৰিয়তে ৰাজ্যৰ অগ্রগতি ত্বৰান্বিত হ'ব বুলিও তেওঁ মত প্রকাশ কৰে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগৰ কাম-কাজ একে স্থানতে সম্পন্ন কৰি প্ৰশাসনীয় সুচলতা বৃদ্ধিৰ উদ্দেশ্যে টুইন টাৱাৰ সংহত সঞ্চালকালয় ভবন নির্মাণৰ কাম-কাজ অব্যাহত আছে। তদুপৰি ক্ৰীড়া, চিকিৎসা, অতিথি সৎকাৰকে ধৰি অন্যান্য সুবিধাসমূহৰ বাবে সৰুসজাইত এটা বিশেষ নগৰীয়া কেন্দ্ৰ নিৰ্মাণৰ কামো অব্যাহত ...