July 7, 2024 6:45 PM

views 32

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পর্যবেক্ষণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। তেওঁ কেইবাটাও সাহায্য শিবিৰত উপস্থিত হৈ শিবিৰত থকা লোকসকলৰ অভাৱ অভিযোগৰ বুজ লয়। তেওঁ বাসগৃহৰ ক্ষতি হোৱা লোকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুন গৃহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি দৰং জিলা ভ্রমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয় । তেওঁ ১ নম্বৰ গেৰীমাৰী অ...