June 7, 2025 9:46 AM

views 78

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ বান পৰিস্থিতি আৰু আশ্রয় শিবিৰ পৰিদৰ্শন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ হাইলাকান্দি জিলাৰ কালীনগৰ, পাঁচগ্রামকে ধৰি কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি শ্রীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ এখন সংবাদমেল সম্বোধন কৰি বন্যার্তই শীঘ্ৰেই পুনৰ সংস্থাপনৰ বাবে অনুদান লাভ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে তাৎক্ষণিকভাৱে সাহায্য বিতৰণত সহায় হোৱাকৈ বানত ক্ষতিগ্রস্ত লোকসকলক তেওঁলোকৰ বেংকৰ সবিশেষ আৰু আন প্ৰয়োজনীয় তথ্যসমূহ প্ৰেৰ...