July 16, 2026 7:32 PM
5
ৰাজ্যত পাঁচ বছৰীয়া সর্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে : মুখ্যমন্ত্ৰী
ৰাজ্য চৰকাৰে পাঁচ বছৰীয়া সর্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয় যে বিগত ১০ বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে পৰৱৰ্তী পর্যায়ত গ্রাম্য পৰ্যটনৰ প্ৰসাৰ, কর্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। Awesome Assam অভিযান ক্রমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্য...