February 16, 2025 12:05 PM

views 40

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম শীঘ্ৰে পুনৰ আৰম্ভ হ’ব

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম শীঘ্ৰে পুনৰ আৰম্ভ হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অহা ২৮ ফেব্ৰুৱাৰীত দলখন নিৰ্মাণৰ বাবে ব্যয় পুনৰীক্ষণ বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি মন্ত্ৰ্যালয়ৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া ব্যয় বিত্তীয় সমিতিৰ বৈঠকত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে মাজুলী আৰু দক্ষিণপাৰে যোৰহাট সংযোগী দুই লেনযুক্ত দলংখন নিৰ্মাণৰ বাবে ব্যয় পুনৰ নিৰ্ধাৰণ কৰা হ'ব। তদুপৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে চাৰিলেন...