August 21, 2024 8:46 PM

views 39

অসমত ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে ল’ব লাগিব আগতীয়া সুৰক্ষাজনিত অনুমোদন

অসমত ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ পূৰ্বে এতিয়াৰে পৰা আগতীয়া সুৰক্ষাজনিত অনুমোদনৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বেও এনে ধৰণৰ ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানক অনুজ্ঞা প্ৰদানৰ আগেয়ে চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদন বিচাৰে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অসমতো দুই-তিনি মাহৰ ভিতৰতে এই ধৰণৰ আইন প্ৰণয়ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৰপেটা আৰু বৰাক উপত্...