October 2, 2026 12:45 PM

views 14

ৰাজ্যৰ বাঁহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি গুৱাহাটীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসম বেম্বো চাইকেল আনুষ্ঠানিকভাবে মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাঁহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি আজি পুৱা গুৱাহাটীত অসম বেম্বো চাইকেল আনুষ্ঠানিকভাবে মুকলি কৰে। পুণেৰ বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডৰ সহযোগত ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঁহ ব্যৱহাৰ কৰি এই চাইকেলসমূহ নিৰ্মাণ কৰা হৈছে। প্রতি মাহে প্রায় এহেজাৰখন চাইকেল উৎপাদনৰ লক্ষ্যৰে আৰম্ভ হ'বলগীয়া এই উদ্যোগৰ পৰিসৰ ভৱিষ্যতে বৃদ্ধি কৰাৰ সুযোগ আছে। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্রহ, প্ৰসংস্ক...