December 27, 2025 12:39 PM

views 38

পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ সিদ্ধান্ত

পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া বিক্ষিপ্ত ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে। কালি সন্ধিয়া দিছপুৰত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে খেৰণিৰ উচ্ছেদ সন্দৰ্ভত ৰুজু হোৱা গোচৰ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে চৰকাৰে উ...

September 30, 2024 1:07 PM

views 56

প্ৰতিটো সমষ্টিতে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে জিলা সদৰসমূহক বাদ দি প্ৰতিটো সমষ্টিতে চৰকাৰে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে। অসমৰ ৩৯ টা বিধানসভা সমষ্টিত অহা ৪ আৰু ৫ অক্টোবৰত এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বাকী সমষ্টিসমূহতো দ্বিতীয় পৰ্যায়ত সমজিলা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত তেওঁ কয় যে, সমজিলাসমূহৰ জৰিয়তে বহু প্রসাশনীয় কামকাজ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ সমাধান কৰা সম্ভৱ হ'ব। উল...