June 28, 2026 7:31 PM

views 10

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ GMCHৰ পুনৰ নিৰ্মাণকার্য আৰু ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰু ভূমি জৰীপৰ কাম-কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৪ হাজাৰ কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত ৭ মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডক নতুন মাত্রা প্রদান কৰিব। প্রায় ৫ হাজাৰ ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গবেষণা, অত্যাধুনি...