July 5, 2026 8:06 PM
5
ৰাজ্যত ২০০ খন মোবাইল থানা গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ
জনসাধাৰণক ক্ষীপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত ২০০ খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেল যোগে প্রকাশ কৰে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়, যে এখন বাহন, এছ আই পৰ্যায়ৰ আৰক্ষীক লৈ মোবাইল থানা গঠন কৰা হ'ব। ডেৰগাঁৱত এটা নতুন কল চেণ্টাৰ নিৰ্মাণ কৰা হব বুলি তেওঁ কয়। জনসাধাৰণে ১১২ ত ফোন কৰি যিকোনো সমস্যাৰ অভিযোগ দিব পাৰিব। ২৪ ঘণ্টাই এই সেবা সক্রিয় হৈ থাকিব বুলি তেওঁ কয়। অসমৰ বাহিৰৰ পৰা অহা শিল, বালি ভর্তি বাহনে ৰাজ্য চৰকাৰক ১৫০ টকাকৈ মাচুল দি...