January 6, 2025 12:31 PM

views 26

অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন; উপন্যাস সাহিত্য : তত্ত্ব, শৈলী আৰু বিষয়বস্তু শীৰ্ষক আলোচনাচক্ৰৰ আয়োজন

অসম প্ৰকাশন পৰিষদ তথা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজিও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দিনৰ ভাগত উপন্যাস সাহিত্য : তত্ত্ব শৈলী আৰু বিষয়বস্তু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখনত কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক উপস্থিত থাকিব। বিয়লি হ'বলগীয়া কবি সন্মিলনখনত কবি আনিছ উজ জামানকে আদি কৰি ন-পুৰণি কেইবাগৰাকীও কবিয়ে অংশগ্রহণ কৰিব। সন্ধিয়া বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষ...