July 17, 2025 9:10 PM

views 110

বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ উদ্যোগত আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীয়ে দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। অনুষ্ঠানত প্ৰাক্তন আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা, আম আদমী পাৰ্টী, অসমৰ প্ৰাক্তন সভাপতি তথা ২০২১ৰ লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্রার্থী মনোজ ধানোৱাৰ, অসম গোর্খা সন্মিলনৰ সভাপতি অর্জুন চেত্রী, অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক আৰু মুখপাত্র অমল পাটোৱাৰী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা ত্ৰিদিপ তালুকদাৰ, শোণিতপুৰ জিলা কংগ্ৰেছ...

March 1, 2025 8:21 PM

views 56

ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিৰ বিশেষ সাংগঠনিক কৰ্মশালা

গুৱাহাটীৰ বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলৰ বিশেষ সাংগঠনিক কৰ্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোসৰ লগতে ৰাজ্যিক সভাপতি দিলিপ শ‍ইকীয়া উপস্থিত থাকে। দিলিপ শ‍ইকীয়াই দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হ'বলৈ সভাত আহ্বান জনায়। সমাগত পঞ্চায়ত নির্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভতো তেওঁ জিলা মণ্ডল সভাপতিসকলক ভালেমান পৰামৰ্শ আগবঢ়ায়। তৃণমূল ...