November 30, 2025 7:39 PM

views 66

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে। বিশেষকৈ শাসকীয় দল বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে আজি পৃথকে পৃথকে নির্বাচনক লৈ বিশেষ বৈঠকৰ আয়োজন কৰে। ৰাজীৱ ভৱনত আজি বিয়লি কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনৰ বাবে ৫ খন উপ সমিতি গঠন কৰা হয়। এই সমিতিসমূহে নির্বাচনত কেনেদৰে প্ৰচাৰ চলাব সেই সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয়। বিশেষকৈ বাতৰি কাকত, টিভি আদিত বিজ্ঞাপন দিয়া আৰু হর্ডিং তথা ছছিয়েল মিডিয়াত প্ৰচাৰ চলোৱাক লৈ প্ৰদে...