December 21, 2025 11:39 AM

views 48

অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিৰ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰ’ৰ স্বীকৃতি লাভ

অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰ'ৰ স্বীকৃতি লাভ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ড০ গালীব উজ জামানৰ নেতৃত্বত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰকল্পৰ অধীনত চলোৱা প্ৰায় ২৫ বছৰীয়া গৱেষণাৰ অন্তত প্ৰধানকৈ বৰাক উপত্যকাত পোৱা নাগী হাঁহে এই স্বীকৃতি লাভ কৰিছে। পৰম্পৰাগতভাবে কাছাৰ আৰু শ্রীভূমি জিলাত পোৱা এই হাঁহবিধে বছৰি প্ৰায় ডেৰশটা কণী পাৰে। ইপিনে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানীয়ে অস...