July 27, 2024 12:14 PM

views 35

মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তানক ৩ উইকেটত পৰাস্ত শ্ৰীলংকাৰ

শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থকা অৱস্থাত জয় লাভ কৰিবলৈ সমৰ্থ হয়। প্রথমে বেট ধৰি পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত চাৰি উইকেটৰ বিনিময়ত ১৪০ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ অধিনায়ক ছোমাৰি আঠাপথথুৱে সৰ্বাধিক ৬৩ ৰান কৰে আৰু প্লেয়াৰ অব দ্যা মেচ খি...