June 18, 2025 1:16 PM

views 74

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনলাইন সঁহাৰি প’ৰ্টেল মুকলি

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নেতৃত্বত দেশত প্ৰথমবাৰৰ বাবে সম্ভাৱ্য দুৰ্যোগৰ প্ৰস্তুতি, সঁহাৰি, সাহায্য আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাত অংশীদাৰ হিচাপে জনসাধাৰণক প্ৰাধিকৰণৰ সৈতে সহযোগ কৰিবলৈ এটা অনলাইন সঁহাৰি প'ৰ্টেল মুকলি কৰা হৈছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি এনে সময়ত জীৱনৰ সুৰক্ষা তথা ক্ষয়-ক্ষতি ৰোধৰ উপৰি ক্ষতিগ্রস্তসকলক সহায়ৰ ক্ষেত্ৰত সহযোগিতামূলক প্রচেষ্টা হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জৰুৰীকালীন কার্যত অৰ...