April 19, 2025 8:06 PM

views 104

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টৰ ৫০ বছৰ সম্পূৰ্ণ

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টই আজি ৫০ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী আর্যভট্টৰ নামত ১৯৭৫ চনৰ আজিৰ দিনটোতেই কৃত্রিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন য়াৰৰ পৰা মহাকাশলৈ পঠিওৱা হৈছিল। সৌৰ পদাৰ্থ বিজ্ঞান, বায়ু বিদ্যা আৰু এক্স-ৰে জ্যোতির্বিদ্যাকে ধৰি অন্যান্য কেইবাটাও ক্ষেত্ৰৰ অধ্যয়নৰ বাবে উপগ্রহটো উৎক্ষেপণ কৰা হৈছিল। প'লিহেড্ৰ'নেৰে তৈয়াৰ কৰা এক দশমিক...