November 23, 2024 10:40 AM

views 38

ভাৰতীয় সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী পাঁচদিনীয়া ভ্রমনসূচীৰে নেপালত উপস্থিত

ভাৰতীয় সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী পাঁচদিনীয়া ভ্রমনসূচীৰে নেপালত উপস্থিত হৈছেগৈ। তেওঁ কালি নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলি আৰু প্ৰতিৰক্ষা মন্ত্ৰী মনবীৰ ৰায়ক সাক্ষাৎ কৰি ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশক লৈ আলোচনা কৰে। ভাৰত আৰু নেপালে দুয়োখন দেশৰ সেনাধ্যক্ষক পৰস্পৰে সন্মানীয় জেনেৰেল উপাধি প্ৰদান কৰা ব্যৱস্থা অব্যাহত থকাত প্রধানমন্ত্রী অলিয়ে সন্তুষ্টি প্রকাশ কৰে। তেওঁ দুয়োখন দেশৰ মাজৰ সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আ...