February 24, 2025 11:54 AM

views 21

অৰবিন্দ পানাগাড়িয়াৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশ আলোচনা

ষোড়শ বিত্তীয় আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাড়িয়াৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশ আলোচনা কৰা হ'ব। এই উদ্দেশ্যে আয়োগে আজি মিজোৰাম চৰকাৰৰ লগতে ঔদ্যোগিক সংস্থা, গ্রাম্য আৰু নগৰাঞ্চলৰ স্থানীয় সংস্থা তথা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ'ব। বিত্ত আয়োগৰ অধ্যক্ষগৰাকীয়ে তিনিজন সদস্য ক্রমে- অজয় নাৰায়ণ ঝা, এনি জর্জ মেথিউ আৰু মনোজ পাণ্ডাৰ লগতে কেইবাগৰাকীও বিষয়াসহ কালি আইজল উপস্থিত হৈ ৰাজ্যপাল বিজয় কুমাৰ সিঙক ৰাজভৱন...