June 14, 2024 11:41 AM

views 23

ডº পি কে মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু অজিত দোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি

অজিত দোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডº পি কে মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে কালি অজিত দোভাল আৰু ডº পি কে মিশ্ৰাৰ নিযুক্তিত অনুমোদন জনায়। কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেন্সন মন্ত্রালয়ে কৈছে যে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া শ্রীদোভাল আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্রাক্তন বিষয়া শ্রীমিশ্ৰাৰ নিযুক্তি প্রধানমন্ত্ৰীৰ কাৰ্যকালৰ সামৰণি অথবা পৰৱৰ্ত্তী নির্দেশ নিদিয়া পর্য...