July 24, 2026 9:59 AM
4
কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্রালয় আৰু বিভাগৰ সচিব নিযুক্তি দিছে
কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্রালয় আৰু বিভাগৰ সচিবসকলক নিযুক্তি প্রদান কৰিছে। বর্তমান শিক্ষা মন্ত্রালয়ৰ উচ্চ শিক্ষা বিভাগৰ সচিব হিচাপে কৰ্মৰত বিনীত যোশীক পঞ্চায়তীৰাজ মন্ত্রালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। নৰেশ পাল গংগোৱাৰত উচ্চ শিক্ষাৰ নতুন সচিব হিচাপে কাৰ্যভাৰ প্ৰদান কৰা হৈছে। টি কে অনিল কুমাৰক বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতাৰ সচিব হিচাপে দায়িত্বভাৰ অর্পণ কৰা হৈছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা সচিব কাটিকিথালা শ্রীনিবাসনক নিযুক্তি দিয়া হৈছ...