June 16, 2026 8:20 PM
14
কাইলৈ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি
কেন্দ্রীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রী ড০ বীৰেন্দ্ৰ কুমাৰ কাইলৈ ভার্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্র দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্রহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তিৰ মিত্ৰৰ বাবে ব্যক্তিগত ডেচবোর্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পর্কীয় এখন ছুটি চলচ্চিত্রকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ড০ কুমাৰে কয় যে এসপ্তাহজোৰা অভিযান...