August 13, 2026 9:22 PM

views 2

নতুন দিল্লীত আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ সামৰণি

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কর্মশালাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা ১৬০ গৰাকীৰো অধিক প্ৰতিনিধিয়ে অংশগ্রহণ কৰে। মন্ত্ৰ্যালয়ে জনোৱা মতে কর্মশালাত এই অভিযান অধিক শক্তিশালী কৰাৰ লগতে দেশৰ প্ৰতিটো অঞ্চলৰ নাগৰিকক যাতে অভিযানে সামৰি ল'ব পাৰে, সেই সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূণ্য চলিলা শ্রীবাস্তবে কয়, যে ৰ...