January 18, 2026 8:01 PM

views 76

কামাখ্যা ৰৌহটক অমৃত ভাৰত বিশেষ ৰে’লখন বিভিন্ন ৰে’ল ষ্টেচনত আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ পৰা ভার্চুৱেলী শুভাৰম্ভ কৰা ডিব্ৰুগড়-লক্ষ্ণৌ অমৃত ভাৰত ৰেলগাড়ীখনৰ যাত্ৰাৰ সৈতে সংগতি ৰাখি চৰাইদেউ জিলাৰ মৰাণ ৰেল ষ্টেচন আৰু শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'ল জংচনত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানীয় ৰাইজ আৰু ৰে'ল বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লখনক প্ৰথমে মৰাণ ৰে'ল ষ্টেচন আৰু পাছত শিমলুগুৰি ৰে'ল জংচনত আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে, অমৃত ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীত যাত্ৰীৰ সুৰক্ষাৰ বাবে কেতবোৰ অত্যাধুনিক প্রযুক্তি সংযোজন ক...